অসংগজননঅসংগতি

অসংগত (Assamese) [ Roman: o.xong.got]
Contributed by: ৰূপকমল on 2007-03-09
1. (Proper Adj.-Neuter) Wildly illogical or inappropriate. সম্পূৰ্ণ অযুক্তিকৰ বা অযুক্তিযুক্ত।

Contributed by: Biraj Kumar Kakati on 2007-03-09
2. (Proper Adj.) Not connected with the main subject. মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|