আচ্ছাদক ফলনআচ্ছাদনবস্ত্ৰ

আচ্ছাদন (Assamese) [ Roman: as.sa.don]
Contributed by: Himjyoti Talukdar on 2009-05-29
1. (Material Noun-Neuter) a cover of a vessel or box কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি

Contributed by: Biraj Kumar Kakati on 2008-10-03
2. (Material Noun-Neuter) Anything that veils, screens, or shuts from sight. কোনো বস্তু ঢাকিবলৈ ব্যৱহাৰ কৰা আন বস্তু।