couterfeit currencycover up
cover (English) [ IPA: ˈkəvər ASM: কভাৰ]
English: conceal, cover, cover up, hide,
Assamese: আঁৰ কৰ্, আত্মগোপন কৰ্, আবৰ, গাপ দে, গুপুত কৰ্, গুপ্ত কৰ, গোপন কৰ, চন্, চান্, চাপাচী কৰ, ছাটি ধৰ্, ছাট্, ঢাক, ঢাকি ধৰ্, লুক-ঢাক কৰ্, লুকা,
Bodo: दोनखोमानाय, फोला,
Mising: dum, ikom, isi, kup, le:si, tisi, u:po,
Khasi: kah,
Meeteilon: kupshinba,
Karbi: patu,
Kok-Borok: hui,
Dimasa: dabphung, dimphung, hui, phung, sigphung, thim, thum,
Deori: উচেঁ, তুগুদু, তেগুদু, দাকি, বঁউদু, লাচেঁনুমা, লাচেঁমা,
b. Abstract Noun: cover, privacy, seclusion, আঁৰ, আঁৰল
English: cap, cover, lid,
Assamese: আচ্ছাদন, খপ, ঢাকন, ঢাকনি, ঢাকনী, ঢাকোন, সাঁফৰ,
Bodo: खोबथे, होथेग्रा,
Mising: tumin,
Meeteilon: makhum,
Bishnupriya Manipuri: ডাকনী,
Karbi: Akup,
Dimasa: baglab,
Tai: হুম্,
Deori: গুপনি, তুগুদুচ্চ, বউঁদুচ্চ,
English: cover, envelop, wrap,
Assamese: আবৃত কৰ্, মেৰিয়া,
Bodo: मेरायनाय,
Mising: topo,
Khasi: tap,
Meeteilon: khumba, yomba,
Karbi: ahom, apan,
Hmar: tuom,
English: cover, privacy, seclusion,
Assamese: আঁৰ, আঁৰল, আঁৰাল, আবুৰ,
Mising: kulub,
English: bed cover, cover,
Assamese: ওৱাৰ,
Karbi: pe abang, pe ahom,
Nagamese: bisna-kapur,
Nepali: तन्दा, तन्ना,
English: cover, covering,
Assamese: আচ্ছাদন, আৱৰক, আৱৰণ, জিল, ঢাকনি, পিধান, প্ৰচ্ছদ,
Karbi: abang,
Tai: চে-হুম্,
Hindi: आवरण,
1. (Verb-Trans.) to prevent from being seen or discovered
NULL
NULL
Assamese: আঁৰ কৰ্, আত্মগোপন কৰ্, আবৰ, গাপ দে, গুপুত কৰ্, গুপ্ত কৰ, গোপন কৰ, চন্, চান্, চাপাচী কৰ, ছাটি ধৰ্, ছাট্, ঢাক, ঢাকি ধৰ্, লুক-ঢাক কৰ্, লুকা,
Bodo: दोनखोमानाय, फोला,
Mising: dum, ikom, isi, kup, le:si, tisi, u:po,
Khasi: kah,
Meeteilon: kupshinba,
Karbi: patu,
Kok-Borok: hui,
Dimasa: dabphung, dimphung, hui, phung, sigphung, thim, thum,
Deori: উচেঁ, তুগুদু, তেগুদু, দাকি, বঁউদু, লাচেঁনুমা, লাচেঁমা,
Related Ideas:
a. Verb-Trans.: cover, envelop, wrap, আবৃত কৰ্, মেৰিয়াb. Abstract Noun: cover, privacy, seclusion, আঁৰ, আঁৰল
2. (Material Noun-Neuter) a cover of a vessel or box
কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি
কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি
Assamese: আচ্ছাদন, খপ, ঢাকন, ঢাকনি, ঢাকনী, ঢাকোন, সাঁফৰ,
Bodo: खोबथे, होथेग्रा,
Mising: tumin,
Meeteilon: makhum,
Bishnupriya Manipuri: ডাকনী,
Karbi: Akup,
Dimasa: baglab,
Tai: হুম্,
Deori: গুপনি, তুগুদুচ্চ, বউঁদুচ্চ,
3. (Verb-Trans.) to cover or surround sth with some material
কিবা বস্তুৰে কিহবাক আবৰি পেলা
কিবা বস্তুৰে কিহবাক আবৰি পেলা
Assamese: আবৃত কৰ্, মেৰিয়া,
Bodo: मेरायनाय,
Mising: topo,
Khasi: tap,
Meeteilon: khumba, yomba,
Karbi: ahom, apan,
Hmar: tuom,
Related Ideas:
a. Verb-Trans.: conceal, cover, cover up, hide, আঁৰ কৰ্
4. (Abstract Noun) The quality or condition of being covered from the view of others.
আনৰ দৃষ্টিৰ পৰা আঁতৰত ৰখা গুণ বা অৱস্থা|
আনৰ দৃষ্টিৰ পৰা আঁতৰত ৰখা গুণ বা অৱস্থা|
Assamese: আঁৰ, আঁৰল, আঁৰাল, আবুৰ,
Mising: kulub,
Related Ideas:
a. Verb-Trans.: conceal, cover, cover up, hide, আঁৰ কৰ্
5. (Material Noun-Neuter) a piece of clothe to cover quilt, mattress, or cushion.
লেপ, তুলী আদিৰ ওপৰত পুনৰ ঢাকি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰ৷
লেপ, তুলী আদিৰ ওপৰত পুনৰ ঢাকি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰ৷
Assamese: ওৱাৰ,
Karbi: pe abang, pe ahom,
Nagamese: bisna-kapur,
Nepali: तन्दा, तन्ना,
6. (Material Noun-Neuter) Anything that veils, screens, or shuts from sight.
কোনো বস্তু ঢাকিবলৈ ব্যৱহাৰ কৰা আন বস্তু।
কোনো বস্তু ঢাকিবলৈ ব্যৱহাৰ কৰা আন বস্তু।
Assamese: আচ্ছাদন, আৱৰক, আৱৰণ, জিল, ঢাকনি, পিধান, প্ৰচ্ছদ,
Karbi: abang,
Tai: চে-হুম্,
Hindi: आवरण,
7. (Material Noun-Neuter) covering of a printed book
ছপা কিতাপ ঢকা তুলাপাত বা ডাঠ কাগজৰ ঢাকনি
ছপা কিতাপ ঢকা তুলাপাত বা ডাঠ কাগজৰ ঢাকনি
8. (Material Noun-Neuter) a screen or covering made of dry coarse grass
কোনো ঠাইত আঁৰ দিয়াৰ বাবে সজা শুকান খেৰ বা ঘাঁহৰ বেৰ বা ঢাকোন
কোনো ঠাইত আঁৰ দিয়াৰ বাবে সজা শুকান খেৰ বা ঘাঁহৰ বেৰ বা ঢাকোন