আদালত অৱমাননাআদায় কৰ্

আদায় (Assamese) [ Roman: a.dai]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
1. (Abstract Noun) The point in time when an action, an event, or a phenomenon ceases or is completed. যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷

Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-09-04
2. (Abstract Noun) A sum of money required to be paid as a penalty for an offense. কোনো জগৰৰ বাবে দিব লগা আৰ্থিক ভৰণি ৷