মুঢ়ানিমুৰ-ৰিপু

মুৰ (Deori) [ Roman: mur]
Contributed by: Himasri Das on 2023-03-31
1. (Abstract Noun) the line demarking the outer limits of a particular area or a country এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷

Contributed by: Himasri Das on 2023-03-31
2. (Abstract Noun) The point in time when an action, an event, or a phenomenon ceases or is completed. যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷