কটগদ্ (Assamese) [ Roman: kot.god]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
1. (Verbal Noun) To care about; be concerned about. সামান্যভাৱে গ্ৰাহ্য কৰা অথবা মনোযোগ দিয়া ।
English: care,
mind,
Assamese: কটগদ্,
কটাহি,
কেৰাহি,
কেৰেপ,
গেন্দাই,
পৰোৱা,
পৰোৱাই,
ভূৰ্ভং,
ভ্ৰুভঙ্গ,
ভ্ৰূক্ষেপ