কাঁটাই কাঁটাইকাঁথি
কাঁটি (Assamese) [ Roman: ka~.ti]
Contributed by: Anjali Sonowal on 2012-01-12
English: goad,
Assamese: অঙ্কুশ, এছাৰি, কাঁটি, চিটিপনি, চেকনি, ফলীয়থি, বেত, লেকেচি, লৰু, সিৰিপনি, সৌকা,
Bodo: लौरु
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-24
Assamese: কাঁটি
কাঁটি (Assamese) [ Roman: ka~.ti]
Contributed by: Anjali Sonowal on 2012-01-12
1. (Material Noun-Neuter) sharp pointed stick often tipped with iron. কেতিয়াবা লোৰ মূৰীয়া লগোৱা ক্ষীণ, দীঘল লাঠি।
Assamese: অঙ্কুশ, এছাৰি, কাঁটি, চিটিপনি, চেকনি, ফলীয়থি, বেত, লেকেচি, লৰু, সিৰিপনি, সৌকা,
Bodo: लौरु
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-24
2. (Material Noun-Neuter) the pointed end of an ox-goad হালোৱা এছাৰিৰ এমূৰত থকা জোং