লেকেচালেকেচিয়া

লেকেচি (Assamese) [ Roman: le.ke.si]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-02-29
1. (Material Noun-Neuter) sharp pointed stick often tipped with iron. কেতিয়াবা লোৰ মূৰীয়া লগোৱা ক্ষীণ, দীঘল লাঠি।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-29
2. (Material Noun-Neuter) a thin long bamboo stick or switch. কুমলীয়া বাঁহৰ লাহী, দীঘল টুকুৰা বা এছাৰি।