কাকুতিকাকুম
কাকুবাদ (Assamese) [ Roman: ka.ku.bad]
Contributed by: Biraj Kumar Kakati on 2008-10-05
English: entreaty, plea, supplication,
Assamese: কাউবাউ, কাকুবাদ, কাকূতি-মিনতি, কাতুৰ্বাদ, কাতুৰ্ব্বাদ, কাবৌ-কাকূতি, কাবৌ-কোকালি, কেও-মেও, খাতিৰ-খোছামতি, জয়দেউ-কাকূতি, তুতি নতি, তুতি-মিনতি,
Deori: নিচ্চাজাঁমা
কাকুবাদ (Assamese) [ Roman: ka.ku.bad]
Contributed by: Biraj Kumar Kakati on 2008-10-05
1. (Verbal Noun) A humble and earnest request for help from someone in authority. ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।
Assamese: কাউবাউ, কাকুবাদ, কাকূতি-মিনতি, কাতুৰ্বাদ, কাতুৰ্ব্বাদ, কাবৌ-কাকূতি, কাবৌ-কোকালি, কেও-মেও, খাতিৰ-খোছামতি, জয়দেউ-কাকূতি, তুতি নতি, তুতি-মিনতি,
Deori: নিচ্চাজাঁমা