কাকূতি কৰ্কাকূতি-মিনতি কৰ্

কাকূতি-মিনতি (Assamese) [ Roman: ka.ku.ti-mi.no.ti]
Contributed by: Bikram M Baruah on 2007-05-29
1. (Abstract Noun) The act of asking for something in an anxious way. অতি আগ্ৰহেৰে বা ব্যাকুলতাৰে কোনো বস্তু খোজা কাৰ্য্য।

Contributed by: Biraj Kumar Kakati on 2007-05-29
2. (Verbal Noun) A humble and earnest request for help from someone in authority. ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।