কিৰণ্ময়ীকিৰাঁ-চ্চিয়াঁ

কিৰা (Assamese) [ Roman: ki.ra]
Contributed by: papori gogoi on 2008-01-31
1. (Abstract Noun) A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা

Contributed by: papori gogoi on 2008-01-31
2. (Verb-Intran.) to give one`s word for something; to make a sincere statement that you are telling the truth কোনো বিষয়ত কথা দে; সঁচা কথা কোৱা বুলি প্ৰত্যয় জন্মাব পৰাকৈ আন্তৰিকতাৰে ক