অঙ্গিৰাঅঙ্গীকাৰ কৰ্

অঙ্গীকাৰ (Assamese) [ Roman: ong.gi.kar]
alt: অংগীকাৰ
Ref: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা
1. (Abstract Noun) A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা

অঙ্গীকাৰ (Bangla)
Contributed by: Dipankar Ghosh on 0000-00-00
2. (Abstract Noun) A verbal commitment by one person to another agreeing to do (or not to do) something in the future. কোনো কাম কৰিবলৈ (অথবা নকৰিবলৈ)কঠোৰ সিদ্ধান্ত লোৱা কাৰ্য্য|