কেলেঙ্কাৰকেলেণ্ডাৰ

কেলেঙ্কাৰি (Assamese) [ Roman: ke.leng.ka.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-24
1. (Abstract Noun) extremely bad reputation, public reproach, or strong condemnation as the result of a shameful, criminal, or outrageous act. লজ্জাজনক, অপৰাধমূলক বা হিংসামূলক কাৰ্য্যকলাপৰ পৰিণতিত হোৱা অতি বেয়া খ্যাতি, জনৰোষ বা তীব্ৰ নিন্দা।