খগাটখগান্তক
খগাধিপ (Assamese) [ Roman: kho.ga.dhip]
Contributed by: Anjali Sonowal on 2010-10-31
English: garuda,
Assamese: অৰ্ক্ষ্য, কশ্যপনন্দন, কামায়ু, কাশ্যপেয়, খগপতি, খগাধিপ, খগেন্দ্ৰ, খগেশ্বৰ, খগৰাজ, গৃধ্ৰ, গৃধ্ৰৰাজ, গৰুণ, গৰুণ্ড, গৰুত্মান, গৰুড়, গৰুড়পক্ষী, তাৰ্ক্ষপুত্ৰ, পক্ষীন্দ্ৰ, পক্ষীৰাজ, পতগ, পতত্ৰীৰাজ, পন্নগাশন, বিনতানন্দন, বিষ্ণুবাহন, বৈনতেয়, সিতানন, সুপৰ্ণ, সৌপৰ্ণ, স্বৰ্ণপক্ষ, সৰ্পভুক, সৰ্পাশন
খগাধিপ (Assamese) [ Roman: kho.ga.dhip]
Contributed by: Anjali Sonowal on 2010-10-31
1. Hinduism(Proper Noun-Masculine) A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes. মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷