গইঠাগকুল

গইনা (Assamese) [ Roman: goi.na]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-03-22
1. (Abstract Noun) Ostensible reason or excuse offered. দায় সাৰিবলৈ দেখুওৱা মিছা কাৰণ।

গইনা (Deori) [ Roman: goi-na]
Contributed by: Himasri Das on 2022-11-28
2. (Abstract Noun) a place for taking refuge কোনো বিপদ আপদৰ পৰা ৰক্ষা পাবলৈ স্থানান্তৰিত হোৱা ঠাই ৷