চাঁৰুলিচাং দিন্ চী পুন্

চাং (Assamese) [ Roman: sang]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-31
1. (Material Noun-Neuter) A piece of furniture that provides a place to sleep. শুবলৈ যতন কৰা এখন আসন; বিশেষত কাঠেৰে বনোৱা দেখা যায়|

Contributed by: Rubul Mout (ৰুবুল মাউত) on 2007-03-29
2. (Material Noun-Neuter) horizontal surface or structure with a horizontal surface raised above the level of the surrounding area চাৰিওকাষৰ ভূমিতকৈ ওপৰত ভূমিৰ সমান্তৰালকৈ সাধাৰণতে বাঁহ বা কাঠেৰে সজা বহল গাঁথনি বা তল