জনীয়াজনুক্ৰম

জনু (Assamese) [ Roman: jo.nu]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
1. (Abstract Noun) the event of coming to life. জীৱিত অৱস্থা প্ৰাপ্ত হোৱা।

Contributed by: Biraj Kumar Kakati on 2008-03-25
Ref: আধুনিক অসমীয়া শব্দকোষ
2. (Abstract Noun) A group of individuals born and living about the same time. প্ৰায় একে সময়তে জন্মা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।