জৰুলজৰুৰী

জৰুৰ (Assamese) [ Roman: jo.rur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-08-08
1. (Adverb) sth determined, specified or decided earlier to happen/do. হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।

Contributed by: Biraj Kumar Kakati on 2009-06-29
2. (Proper Adj.-Common) Something that needs immediate attention and action. বৰ আৱশ্যকীয় আৰু পলম কৰিব নোৱাৰা ধৰণৰ ৷