ঢক ফুট্ঢকা মাৰ্

ঢকা (Assamese) [ Roman: dho.ka]
Contributed by: Ranjita Pegu on 2007-02-25
1. (Abstract Noun) to hit something and with great force. মেলা হাতেৰে বা হাতৰ তলুৱাৰে কিহবাৰ ওপৰত আঘাত কৰা|
English: buffet,
Assamese: চম্পট, চাপৰ, ঢকা, ঢৰা-চাপৰ, থপা,
Bodo: सोबानाय,
Nagamese: dhoka,
Nepali: घुसा हान्नु

Example Sentences:

1. তাই মোৰ পিঠিত খুব জোৰেৰে ঢকা মাৰিলে।

Higher Magnitude:

a. Abstract Noun: whack, wham, বাঘ-ঢকা...