বাঘ-গৰুবাঘ-ঢকা দে

বাঘ-ঢকা (Assamese) [ Roman: bagh-dho.ka]
Contributed by: Aklantika Saikia on 2010-07-19
1. (Abstract Noun) a severe stroke with the palms of both the hands joined together, a severe slap on the back বাঘে গৰুক আদিক হাঁতোৰাৰে কৰা অঘাতৰ নিচিনা ঢকা, দুয়ো হাত লগ লগাই মৰা ডাঙৰ চাপৰ, (সাধাৰণতে পিঠিত) বৰ জোৰেৰে মৰা ঢকা
English: whack, wham,
Assamese: বাঘ-ঢকা

Different POS:

a. Verb-Trans.: whack, wham, বাঘ-ঢকা দে...

Lower Magnitude:

b. Abstract Noun: buffet, চম্পট, চাপৰ, ঢকা, ঢৰা-চাপৰ...