দিহা-পোহাদিহা-যুগুতি

দিহা-পৰামৰ্শ (Assamese) [ Roman: di.ha-po.ra.mor.xo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-25
1. (Abstract Noun) opinion about what could or should be done about a situation or problem. কোনো পৰিস্থিতি বা সমস্যাৰ পৰিপ্ৰেক্ষিতত কি কৰিব পাৰি বা কৰা উচিত সেই সম্পৰ্কে মতামত।