দেহিৰামদেহী ঐ
দেহী (Assamese) [ Roman: de.hi]
Contributed by: Anjali Sonowal on 2008-07-17
English: alas, oh, uph,
Assamese: আইদেbo , আস, আহ্, আয়ৈ দেহি, তৌবা তৌবা, দেহী, দেহী ঐ, হায় হায়,
Bodo: नै, हाबाब,
Garo: gose, himangai,
Tai: ছিঙ্ ঐ,
Hindi: उफ,
Deori: ইচ্
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-17
English: incarnate,
Assamese: অংগধাৰী, অংগী, অবয়ববিশিষ্ট, অৱতাৰী, অৱয়বী, কায়বিশিষ্ট, দেহধাৰী, দেহবিশিষ্ট, দেহী, মূৰ্ত, মূৰ্তিমন্ত, মূৰ্তিমান, শৰীৰধাৰী, শৰীৰবদ্ধ, শৰীৰী, সাংগী, সাকাৰ, সাবয়ব, ৰূপধাৰী,
Bodo: अबटार हम, महर लानाय, महर हमनाय
দেহী (Assamese) [ Roman: de.hi]
Contributed by: Anjali Sonowal on 2008-07-17
1. (Interjection) an exclamation, expressing deep sympathy at the stage of one's distress. আনৰ দুখত গভীৰ সহানুভুতি অনুভৱ কৰি প্ৰকাশ কৰা মাত ।
Assamese: আইদেbo , আস, আহ্, আয়ৈ দেহি, তৌবা তৌবা, দেহী, দেহী ঐ, হায় হায়,
Bodo: नै, हाबाब,
Garo: gose, himangai,
Tai: ছিঙ্ ঐ,
Hindi: उफ,
Deori: ইচ্
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-17
Ref: জ্যোতি দ্বিভাষিক অভিধান
2. (Proper Adj.) embodied in flesh; having taken human form(of God, the devil etc). শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷Assamese: অংগধাৰী, অংগী, অবয়ববিশিষ্ট, অৱতাৰী, অৱয়বী, কায়বিশিষ্ট, দেহধাৰী, দেহবিশিষ্ট, দেহী, মূৰ্ত, মূৰ্তিমন্ত, মূৰ্তিমান, শৰীৰধাৰী, শৰীৰবদ্ধ, শৰীৰী, সাংগী, সাকাৰ, সাবয়ব, ৰূপধাৰী,
Bodo: अबटार हम, महर लानाय, महर हमनाय