আষ্ঠাতাআসংগ

আস (Assamese) [ Roman: ax]
Contributed by: Anjali Sonowal on 2008-07-17
1. (Interjection) an exclamation, expressing deep sympathy at the stage of one's distress. আনৰ দুখত গভীৰ সহানুভুতি অনুভৱ কৰি প্ৰকাশ কৰা মাত ।
English: alas, oh, uph,
Assamese: আইদেbo , আস, আহ্, আয়ৈ দেহি, তৌবা তৌবা, দেহী, দেহী ঐ, হায় হায়,
Bodo: नै, हाबाब,
Garo: gose, himangai,
Tai: ছিঙ্ ঐ,
Hindi: उफ,
Deori: ইচ্

Example Sentences:

1. আস! বৰ দুখ লগা দৃশ্য।