দৈৱকৃতদৈৱগতি প্ৰাপ্ত হ

দৈৱক্ৰমে (Assamese) [ Roman: doi.bo.kro.me]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-01-14
1. (Adverb) happening unexpectedly without any prior warning আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-29
2. (Adverb) in an incidental manner. কোনো আকস্মিকভাৱে, পূৰ্ববতী কাৰণ নোহোৱকৈ ঘ্টা ৷