অকস্মাত্অকহি

অকস্মাৎ (Assamese) [ Roman: o.kos.mat Origin: সং.]
alt: অকস্মাত্
Contributed by: Nilotpal Borpujari on 2006-07-03
1. (Adverb) happening unexpectedly without any prior warning আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
English: abruptly, accidentally, haply, suddenly,
Assamese: অকস্মাতে, অকস্মাৎ, আকস্মিকভাৱে, আচম্বিতে, খকৰ কৰে, খকৰাই, খচকৈ, খচকৰে, গিৰিসাই, গিৰিস্ কৰে, ঘকৰ কৰে, ঘকৰাই, ঘপকৈ, ঘপহ কৈ, ঘপ্ কৰে, ঘপৰাই, চাঁত কৰে, জাঁত কৰে, দৈৱ-দুৰ্বিপাকত, দৈৱক্ৰমে, দৈৱবশে, দৈৱযোগে, দৈৱাৎ, পুটুং কৰে, ফট্ কৰে, ফুৰুৎকৰে, ফোটকৈ, ভটং কৰে, ভতাতকে bo , ভুটুং কৰে, ভুটুঙাই, সাউত্কৰে, হঠাতে, হঠাৎ,
Bodo: हरखाबै,
Mising: augpe, bagempe, igempe, jid-jod,
Garo: onggitikani,
Karbi: menmen,
Nagamese: achanak, okosmate,
Dimasa: dorga,
Tai: ঙাপ্ উং দাই,
Bangla: অকস্মাৎ, আকতাsyl , আকস্মিকভাবে, আচম্বিতে, দৈবক্রমে, দৈবাৎ, হঠাৎ,
Nepali: अचानक, एक्कासि,
Deori: কতচ্চা, চিৰংচ্চা, পুতুকচ্চা, বুতুংচ্চা

Example Sentences:

1. ৰাজীৱে অকস্মাৎ কথাষাৰ কৈ দিলে।

Different POS:

a. Proper Adj.-Common: abrupt, sudden, আকস্মিক, আচম্বিত, हरखाब...

Contributed by: Bikram M Baruah on 2011-04-24
2. (Adverb-Neuter) Now and then or here and there. হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |

অকস্মাৎ (Bangla)
Contributed by: Sushanta Kar on 2012-06-25
3. (Adverb) happening unexpectedly without any prior warning আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা