নিৰ্মলাৰনিৰ্মাণ কৰ্

নিৰ্মাণ (Assamese) [ Roman: nir.man]
alt: নিৰ্ম্মাণ
1. (Abstract Noun) The act or process of bringing into being; give rise to. কিহবাক দিঠকত পৰিণত কৰা কাৰ্য

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-19
2. (Abstract Noun) the way in which a thing is composed or made up কোনো এটা বস্তু গঢ় লোৱা প্ৰক্ৰিয়া

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-19
3. (Abstract Noun) the act of building something কোনো বস্তু সজা বা গঢ়া কাৰ্য্য