প্ৰতিষেধপ্ৰতিষেধন

প্ৰতিষেধক (Assamese) [ Roman: pro.ti.xe.dhok]
Contributed by: Rupankar Mahanta on 2007-04-02
1. Medical Science(Abstract Noun-Neuter) any preparation used as a preventive inoculation to confer immunity against a specific disease, usually employing an innocuous form of the disease agent, as killed or weakened bacteria or viruses, to stimulate antibody production. দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যিকোনো দ্ৰৱ্য

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-13
2. Medical Science(Verbal Adj.) defending or protecting from disease or infection, as a drug ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব বা বচাব পৰা, যেনেঃ ঔষধ