প্ৰতিষেধনৰপ্ৰতিষ্ঠাকাৰী

প্ৰতিষ্ঠা (Assamese) [ Roman: pro.tis.tha]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
1. (Abstract Noun) the state or quality of being widely honored and acclaimed বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা

Contributed by: Biraj Kumar Kakati on 2009-02-20
2. (Verbal Noun) the act of establishing an organization কোনো প্ৰতিষ্ঠান বা সংস্থা আৰম্ভ বা থাপনা কৰা কাৰ্য্য