প্ৰলাপপ্ৰলুব্ধ কৰ্

প্ৰলুব্ধ (Assamese) [ Roman: pro.lub.dho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
1. (Proper Adj.-Common &/or Masculine) immoderately desirous of acquiring wealth, wanting to eat more than enough. প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-01-03
2. (Verbal Adj.) attracted or tempted to do or eat (something) খাবলৈ বা কৰিবলৈ আকৰ্ষিত হোৱা বা লোভ অনুভৱ কৰা