লুতুৰ-পুতুৰলুতুৰি-পুতুৰি

লুতুৰা (Assamese) [ Roman: lu.tu.ra]
fm: লুতুৰী
Contributed by: Biraj Kumar Kakati on 2009-07-06
1. (Proper Adj.-Common &/or Masculine) Fond of dainty things or sensual pleasure. ইন্দ্ৰিয় সুখ বা অন্য যিকোনো সোৱাদ বস্তুলৈ বৰকৈ লোভ কৰা৷

লুতুৰা (Deori) [ Roman: lu.tu.ra]
Contributed by: Himasri Das on 2023-04-09
2. (Proper Adj.-Common &/or Masculine) immoderately desirous of acquiring wealth, wanting to eat more than enough. প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।