পৰিধান কৰ্পৰিধিবিহীন

পৰিধি (Assamese) [ Roman: po.ri.dhi.]
1. (Abstract Noun) the length of the boundary of a circle. এটা বৃত্তৰ সীমাৰ দৈৰ্ঘ্য।

Contributed by: Anup Raj Hazarika on 2022-11-12
2. (Abstract Noun) The point or degree to which something extends. কিমান ঠাই অথবা গভীৰলৈ প্ৰভাৱ থাকে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়| যেনে - বুদ্ধিৰ ব্যাপ্তি|

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-08
3. (Abstract Noun) the final, utmost, or furthest boundary or point as to extent, amount, continuance, procedure, etc. কোনো পৰিসৰ, পৰিমাণ, প্ৰচলন, প্ৰক্ৰিয়া আদিৰ অন্তিম, চূড়ান্ত বা আটাইতকৈ নিলগৰ বিন্দু বা প্ৰান্ত।
English: limit,
Assamese: পৰিধি, সীমা,
Mising: du:ter,
Deori: পাৰ

Different POS:

a. Proper Adj.-Neuter: limited, পৰিসীমিত, মিতুল, সসীম, সীমিত...