এক্কাগাড়ীএক্তৰ

এক্তিয়াৰ (Assamese) [ Roman: ek.ti.yar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-08
1. Political Science(Abstract Noun) Something that is due to a person or governmental body by law, tradition, or nature. এজন ব্যক্তিক আইন, পৰম্পৰা বা প্ৰকৃতিৰ দ্বাৰা প্ৰদত্ত।

Contributed by: Himjyoti Talukdar on 2009-05-29
2. (Abstract Noun) The ability or capacity to perform or act effectively ফলপ্ৰসূ ভাৱে কাৰ্য্য সম্পাদন কৰাৰ দক্ষতা বা যোগ্যতা

Contributed by: Anup Raj Hazarika on 2022-11-12
3. (Abstract Noun) The point or degree to which something extends. কিমান ঠাই অথবা গভীৰলৈ প্ৰভাৱ থাকে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়| যেনে - বুদ্ধিৰ ব্যাপ্তি|