বাহাল ৰাখ্বাহাৰি

বাহাৰ (Assamese) [ Roman: ba.har]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-20
1. (Abstract Noun) the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷

বাহাৰ (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-14
2. (Abstract Noun) In a direction away from the inside. ভিতৰৰ পৰা দূৰৰ ফালৰ দিশ