বিষদাঁতবিষনাশক

বিষধৰ (Assamese) [ Roman: bix.dhor]
Contributed by: Anjali Sonowal on 2010-10-20
1. Zoology(Common Noun-Common) any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas. উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
2. (Proper Adj.) refers to substance that harms, often fatal, the body when swallowed or drunk (যি পদাৰ্থ) খালে শৰীৰৰ হানি হয়, মৃত্যু পৰ্য্যন্ত হ’ব পাৰে