Asclepias acidaaseh
ase (Nagamese)
English: yes,
Assamese: অঁ, আছে, ওঁ, হাঁ, হয়,
Mising: é:lo,
Khasi: ho,
Nagamese: ase,
Dimasa: dei, nidu,
Tai: ঊ,
Nepali: अँ, हुन्छ, हो,
Deori: ইং,
1. (Interjection) used to express affirmation or assent or to mark the addition of something emphasizing and amplifying a previous statement
কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
Assamese: অঁ, আছে, ওঁ, হাঁ, হয়,
Mising: é:lo,
Khasi: ho,
Nagamese: ase,
Dimasa: dei, nidu,
Tai: ঊ,
Nepali: अँ, हुन्छ, हो,
Deori: ইং,
ase (Ao)
English: snake,
Assamese: অকৰ্ণ, অহি, আশী, আশীবিষ, আস্তিক, উৰংগ, উৰংগম, উৰগ, কঞ্চুকী, কাকোদৰ, কাদ্ৰৱেয়, কুণ্ডলী, কুম্ভীলস, কুলীৰ, চক্ৰী, দন্দশূক, দীঘল, দীঘল-পৰুৱা, দীঘলঠেঙীয়াsfx sfx , দৃকশ্ৰুতি, দ্বি-জিহ্ব, দ্বিসন, দ্বিৰসন, নাগ, পন্নগ, পৱনাশ, পৱনাশন, ফণধৰ, ফণভৃৎ, ফণাকাৰ, ফণাভৃৎ, ফণী, বিলেশয়, বিশলয়, বিষধৰ, ব্যাল, ভুজগ, ভুজঙ্গ, ভুজঙ্গম, ভেকভুজ, সাপ, সৰ্প,
Bodo: जिबौ,
Mising: tabi,
Meeteilon: lin,
Mizo (Lushai): rul,
Karbi: phoroi,
Kok-Borok: chibuk,
Hmar: rul,
Nagamese: saap,
Dimasa: jubu,
Ao: ase,
Tai: ঙূ,
Bangla: সাপ,
Nepali: नाग, भुजंग, लामो किरो, सर्प,
Rabha: তুপুক,
Tiwa: chubu,
Deori: দুবু,
English: cloth,
Assamese: অম্বৰ, কানি, কানি-কাপোৰ, কাপুৰ bo , কাপোৰ, কাপোৰ কানি, বসন, বস্ত্ৰ,
Bodo: गस्ला, सि -जोम,
Mising: gain, gasor,
Khasi: jaiñ, jain...,
Meeteilon: Fee, Firol,
Nagamese: kapur,
Dimasa: rih,
Ao: ase,
Hindi: कपड़ा,
Bangla: কাপড়, পোষাক, বসন, বস্ত্র,
Tiwa: re,
Deori: ইঁ, ইং,
2. Zoology(Common Noun-Common) any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷

Assamese: অকৰ্ণ, অহি, আশী, আশীবিষ, আস্তিক, উৰংগ, উৰংগম, উৰগ, কঞ্চুকী, কাকোদৰ, কাদ্ৰৱেয়, কুণ্ডলী, কুম্ভীলস, কুলীৰ, চক্ৰী, দন্দশূক, দীঘল, দীঘল-পৰুৱা, দীঘলঠেঙীয়াsfx sfx , দৃকশ্ৰুতি, দ্বি-জিহ্ব, দ্বিসন, দ্বিৰসন, নাগ, পন্নগ, পৱনাশ, পৱনাশন, ফণধৰ, ফণভৃৎ, ফণাকাৰ, ফণাভৃৎ, ফণী, বিলেশয়, বিশলয়, বিষধৰ, ব্যাল, ভুজগ, ভুজঙ্গ, ভুজঙ্গম, ভেকভুজ, সাপ, সৰ্প,
Bodo: जिबौ,
Mising: tabi,
Meeteilon: lin,
Mizo (Lushai): rul,
Karbi: phoroi,
Kok-Borok: chibuk,
Hmar: rul,
Nagamese: saap,
Dimasa: jubu,
Ao: ase,
Tai: ঙূ,
Bangla: সাপ,
Nepali: नाग, भुजंग, लामो किरो, सर्प,
Rabha: তুপুক,
Tiwa: chubu,
Deori: দুবু,
Related Ideas:
a. Common Noun-Common: Chrysopelea, flying snake, উৰণীয়া সাপ, উৰন্ত সাপ, thengpi-a-phurui
3. (Material Noun-Neuter) Fabric or material formed by weaving, knitting, pressing, or felting natural or synthetic fibers.
প্ৰাকৃতিক বা কৃত্ৰিম আঁহেৰে বোৱা, গোঁথা আদি প্ৰক্ৰিয়াৰে তৈয়াৰী এক বস্তু৷