মাছবাকলীয়ামাছমৰীয়াই

মাছমৰীয়া (Assamese) [ Roman: mas.mo.ri.ya]
Contributed by: Partha P Sarmah on 2008-04-24
1. (Common Noun-Common) A person who catches fish, either as a job or as a sport. জীৱিকা নিৰ্ব্বাহৰ কাৰণে অথবা এক ক্ৰীড়া ৰূপে মাছ ধৰা মানুহ।