মাণিক্যমাণ্ডলিক

মাণ্ডল (Assamese) [ Roman: man.dol]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-26
1. Anatomy(Material Noun-Neuter) the series of vertebrae forming the axis of the skeleton and protecting the spinal cord জঁকাটোৰ মূলদণ্ড ৰূপে কাম কৰা আৰু মেৰুৰজ্জাক আঘাতৰ পৰা ৰক্ষা কৰি থকা কেতবোৰ হাড়ৰ এক লানি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-26
2. (Material Noun-Neuter) a pole or long piece of timber or bamboo supporting the roof of a house. ঘৰৰ চাল ধৰা এমূৰৰ পৰা আনমূৰলৈ থকা বাঁহ বা কাঠ