মেৰুণমেৰুদণ্ডহীন

মেৰু দণ্ড (Assamese) [ Roman: me.ru don.do]
1. Anatomy(Material Noun-Neuter) the series of vertebrae forming the axis of the skeleton and protecting the spinal cord জঁকাটোৰ মূলদণ্ড ৰূপে কাম কৰা আৰু মেৰুৰজ্জাক আঘাতৰ পৰা ৰক্ষা কৰি থকা কেতবোৰ হাড়ৰ এক লানি

Contributed by: Ranjita Pegu on 2007-01-29
2. (Abstract Noun-Neuter) Imaginary line about which a body rotates কাল্পনিক ৰেখা যাক কেন্দ্ৰ কৰি কোনো বস্তু ঘূৰে

মেৰুদণ্ড (Assamese) [ Roman: me.ru.don.do]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-05-23
3. Anatomy(Material Noun-Neuter) the series of vertebrae forming the axis of the skeleton and protecting the spinal cord জঁকাটোৰ মূলদণ্ড ৰূপে কাম কৰা আৰু মেৰুৰজ্জাক আঘাতৰ পৰা ৰক্ষা কৰি থকা কেতবোৰ হাড়ৰ এক লানি