মুক্তাৱস্থামুক্তি দে

মুক্তি (Assamese) [ Roman: muk.ti]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-24
1. (Abstract Noun) Deliverance from the power or penalty of sin, redemption. পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-09
2. (Abstract Noun) the state of being free; the state of being released from occupation or subjugation by a foreign power মুকলি কৰি দিয়া অৱস্থা; বিদেশী শক্তিৰ দমন অথবা দখলৰ পৰা মুকলি হোৱা অৱস্থা
English: liberation,
Assamese: মুক্তি,
Nagamese: khalas