উপৰাজ্যপালউপৰি

উপৰাম (Assamese) [ Roman: u.po.ram]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2012-05-03
1. (Abstract Noun) a state of mental or physical easiness due to lack of trouble. কোনো অসুবিধা নোহোৱাৰ বাবে সুখময় মানসিক বা শাৰীৰিক অৱস্থা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-26
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) Deliverance from the power or penalty of sin, redemption. পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ