নিৰ্বাচিতনিৰ্বাত

নিৰ্বাণ (Assamese) [ Roman: nir.ban]
alt: নিৰ্ব্বাণ
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-24
1. (Abstract Noun) Deliverance from the power or penalty of sin, redemption. পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Noun) The act of making extinct or causing to be extinguished. জুই, অগ্নিকাণ্ড আদি নুমোৱা কাৰ্য্য ।