যতেকযত্ন কৰ্

যত্ন (Assamese) [ Roman: jot.no]
alt: যতন
1. (Abstract Noun) Attentive assistance or treatment to those in need যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা

Contributed by: Bikram M Baruah on 2006-03-30
2. (Abstract Noun) act often repeatedly done to achieve a predefined goal পূৰ্ব-নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ অৰ্থে বাৰে-বাৰে কৰা কাৰ্য্য
English: attempt, attempts, effort, endeavorus , endeavouruk , strive, trial,
Assamese: আয়াস, উদ্যম, চাত, চেষ্টা, পুৰুষাৰ্থ, প্ৰচেষ্টা, প্ৰযত্ন, প্ৰয়াস, যত্ন,
Meeteilon: chayengba,
Nagamese: kosis, sesta,
Dimasa: pasa,
Nepali: परीक्षण,
Deori: চিঁমা

Example Sentences:

1. তেখেতক কথাটো বুজাবলৈ বহুত যত্ন কৰিছিলো কিন্তু তেওঁ নুবুজিলে।

Different POS:

a. Verb-Trans.: attempt, try, চেষ্টা কৰ্, প্ৰচেষ্টা কৰ্, প্ৰয়াস কৰ্...

Related Idea:

b. Verbal Noun: toil, অহোপুৰুষাৰ্থ...