চিঁজিচিঁয়া

চিঁমা (Deori) [ Roman: chin.ma]
Contributed by: Himasri Das on 2023-02-24
1. (Abstract Noun) act often repeatedly done to achieve a predefined goal পূৰ্ব-নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ অৰ্থে বাৰে-বাৰে কৰা কাৰ্য্য

Contributed by: Himasri Das on 2023-02-24
2. (Abstract Noun) the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ