যম-ৰজাযমকাও

যমক (Assamese) [ Roman: jo.mok]
Contributed by: Biraj Kumar Kakati on 2008-03-12
1. (Abstract Noun-Neuter) Identity of sound between words or their endings, esp. in verse or poem একাধিক শব্দ বা সিবিলাকৰ শেষৰ আখৰৰ ধ্বনিৰ মিল, বিশেষকৈ কাব্য বা কবিতাৰ ক্ষেত্ৰত

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
2. Language-Linguistics(Abstract Noun) a kind of ornamentation or embellishment in writing, particularly in poetry, where the same word is repeated depicting two or more different meanings কাব্যত ব্যৱহাৰ কৰা এক প্ৰকাৰৰ অলঙ্কাৰ, য’ত একেটা শব্দ দুই বা ততোধিক অৰ্থত একেলগে ব্যৱহাৰ কৰা হয়; যেনেঃ ৰাতিপুৱা উঠি খাই তিনি চিলিম ভাং, বম্ বম্ বুলি বোপাই টোপনিটো ভাং
Assamese: যমক