অন্ত্যঅন্ত্যস্তৰ

অন্ত্যমিল (Assamese) [ Roman: on.tyo.mil]
Contributed by: Mousumi Konwar on 2023-01-20
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Abstract Noun-Neuter) Identity of sound between words or their endings, esp. in verse or poem একাধিক শব্দ বা সিবিলাকৰ শেষৰ আখৰৰ ধ্বনিৰ মিল, বিশেষকৈ কাব্য বা কবিতাৰ ক্ষেত্ৰত