যাহাকেযাৰ বাবে

যাৰ (Assamese) [ Roman: jar]
Contributed by: Partha P Sarmah on 2008-03-04
1. (Pronoun) used in questions to ask who somebody/something belongs to? Also used to say which person/thing you are referring to. কোনো মানুহ বা বস্তু অইন কোন মানুহ বা বস্তুৰে সম্পৰ্কিত , তাক সুধিবলৈ বা কবলৈ/বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যেনেঃ কিহৰ লাৰু?,/ভোজ?
English: whose,
Assamese: কাহাৰ, কাৰ, কিহৰ, যাকেৰি, যাকো, যাকৰ, যাৰ,
Bodo: जायनि, सोरनि,
Mising: sé:kkan,
Khasi: jongno,
Meeteilon: kanagi,
Dimasa: sereni,
Nepali: जसको,
Rabha: চাঙি,
Deori: চায়, জিবায়

Example Sentences:

1. এইটো যাৰ বস্ত্ত তাক দি থৈ আহা।