যূথিকাযেই

যে (Assamese) [ Roman: je]
1. (Conjuction) used to connect a quotation to the main sentence. মূল বাক্যৰ সৈতে এটা উক্তিক সংযোগ কৰিবলৈ ব্যৱহাৰ হয়৷
English: that,
Assamese: বুলি, যে,
Garo: ine,
Karbi: mate,
Nagamese: buli,
Deori: কা

Example Sentences:

1. তেওঁ কৈছিল যে তেওঁ কালি বজাৰলৈ যোৱা নাছিল।