সংলগ্ন কৰ্সংলাপী

সংলাপ (Assamese) [ Roman: xong.lap]
co.adj: চুটি~, দীঘল~, plc: -বোৰ, -সমূহ, dfc: -খিনি, -টো
Contributed by: Biraj Kumar Kakati on 2008-02-26
Ref: জ্যোতি দ্বিভাষিক অভিধান
1. (Abstract Noun) the act of talking with one another interactively দুজনৰ মাজত ইজনে সিজনৰ সৈতে পতা কথা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-10-29
2. Drama(Common Noun-Neuter) the conversation between characters in a novel, drama, etc. নাটক, উপন্যাস আদিত দুই চৰিত্ৰৰ মাজত হোৱা কথা-বতৰা
English: dialogue,
Assamese: বচন, সংলাপ