সংশোধকসংশোধন কৰ্

সংশোধন (Assamese) [ Roman: xong.xo'.dhon]
1. (Abstract Noun) Minor alteration or addition in a document, resolution, etc. কোনো নথি বা সিদ্ধান্ত আদিত কৰা সাল-সলনি
English: amendment,
Assamese: সংশোধন,
Garo: digtangatani

Different POS:

a. Verb-Trans.: amend, সংশোধন কৰ্, फोसाबनाय, ru:lat, pynbha...

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-21
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) the act of making something clean by removing dirty, harmful elements;the act of making somebody pure by removing the evils from the soul. কোনো বস্তুৰ পৰা লেতেৰা, ময়লা গুচাই পৰিষ্কাৰ কৰা কাম; কিবা বস্তু ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰা কাম ; পৱিত্ৰ পানীত গা ধোৱাই বা মন্ত্ৰৰ সহায়েৰে কাৰোবাৰ শৰীৰ, মন বা আত্মা শুদ্ধ কৰা কাম৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-21
3. (Verbal Noun) The act of offering an improvement to replace a mistake; setting right ভুল শুদ্ধ কৰা বা শুধৰোৱা কাৰ্য্য