সংস্ক্ৰিয়াসংস্থা

সংস্কৰণ (Assamese) [ Roman: xongs.ko.ron]
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-10-27
1. (Verbal Noun) one of a series of printings of the same book, newspaper, etc., each issued at a different time and differing from another by alterations, additions, etc. সংশোধন কৰি পুনৰায় ছপা কৰা পুথি ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) the act of making something clean by removing dirty, harmful elements;the act of making somebody pure by removing the evils from the soul. কোনো বস্তুৰ পৰা লেতেৰা, ময়লা গুচাই পৰিষ্কাৰ কৰা কাম; কিবা বস্তু ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰা কাম ; পৱিত্ৰ পানীত গা ধোৱাই বা মন্ত্ৰৰ সহায়েৰে কাৰোবাৰ শৰীৰ, মন বা আত্মা শুদ্ধ কৰা কাম৷

Contributed by: Satyajit Nath on 2012-12-05
3. Technology-Engineering(Abstract Noun) An updated issue or edition of a piece of writing or software. সংশোধন কৰা কোনো লিখনি বা চফ্টৱেৰৰ এটা প্ৰতিলিপি৷
English: version,
Assamese: সংস্কৰণ